অসম

অসমীয়া চিনেমা চাব লাগিব নহ’লে ঘৰত গৈ গুলীয়ামঃ জুবিন গাৰ্গ…

মঞ্চত গীত পৰিৱেশন কৰাৰ লগতে বিভিন্ন সময়ত বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য প্ৰকাশ কৰে জুবিন গাৰ্গে।

কেতিয়াবা কিছুমান মন্তব্যই সৃষ্টি কৰে বিতৰ্কৰ।

এইবাৰ পুনৰ মঞ্চত কৰা এক মন্তব্যই সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে।

তেওঁ কয়- ‘অসমীয়া চিনেমা নাচালে ঘৰত গৈ গুলীয়াম। মই অসমীয়া চিনেমা বনাই যাম মাত্ৰ চাবলৈ আহিব।’

ধেমালিৰ ছলেৰে চিনেমা সন্দৰ্ভত কৰা এই মন্তব্যই এতিয়া সৃষ্টি কৰিছে বিতৰ্কিত।

জাঁজীৰ বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ মাজতে এই মন্তব্য শিল্পীজনৰ।

তেওঁ কয়- মই অকল চিনেমাতেই নহয় মন গ’লেই সঁচাকৈয়ে গুলীয়াও।

Leave a Reply

Your email address will not be published. Required fields are marked *