অসম

অসমক পুনৰ ৬ মাহৰ বাবে অশান্ত জৰ্জৰ অঞ্চল ঘোষণা…

অসমক পুনৰ ৬ মাহৰ বাবে অশান্ত জৰ্জৰ অঞ্চল ঘোষণা।

অসমত পুনৰ ছয় মাহলৈ বৃদ্ধি সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন-১৯৫৮।

২৮ ফেব্ৰুৱাৰী, ২০২২ ৰ পৰা পুনৰ ছয় মাহৰ বাবে অসমক অশান্ত জৰ্জৰ অঞ্চল হিচাপে ঘোষণা ।

FMwr7eKaQAMvO8Z

বিগত ছয় মাহত অসমৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ বিষয়ে পৰ্যালোচনা কৰাৰ অন্তত ৰাজ্য চৰকাৰে অসমক পুনৰ ছয় মাহৰ বাবে অশান্ত জৰ্জৰ অঞ্চল হিচাপে ঘোষণা কৰিছে।

সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮ৰ ৩ নং ধাৰাৰ অধীনত এই ঘোষণা কৰা হয়।

উল্লেখ্য যে, ১৯৯০ চনত অসমৰ ওপৰত সেনা বাহিনীৰ বিশেষ আইন জাপি দিয়া হৈছিল আৰু তেতিয়াৰে পৰা প্ৰতি ছয় মাহৰ অন্তৰে অন্তৰে ইয়াক পুনৰ বৃদ্ধি কৰি অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈ আহিছে।

লগতে চাওকঃ

শিকলিৰে বন্ধা ‘বন্ধু’ৰ সৈতে ফটো উঠি বিপদত পৰিল অভিনেত্ৰী! গােচৰ ৰুজু…

G6

Leave a Reply

Your email address will not be published. Required fields are marked *