অসমঅসমীয়া

অল-কায়দাৰ ৬ জেহাদীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ!

নিউজ ডেস্ক। ৰাজ্যত পুনৰ সক্ৰিয় হৈ পৰিছে মৌলবাদী জেহাদী চক্ৰ।

বিহুৰ উছাহ আনন্দৰ মাজতে বৰপেটাত গ্ৰেপ্তাৰ ৬ জনকৈ জেহাদী সন্ত্ৰাসবাদী।

আৰক্ষীয়ে অভিযান চলাই বাহৰ পাতি থকা জেহাদী কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

G0

ধৃত জেহাদী কেইজনক মুফটি চুলেইমান, জাহিদুল ইছলাম, চাদ্দাম হুছেইন, ৰচিদুল ইছলাম, মুছাৰফ হুছেইন আৰু মকিবুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

ধৃত জেহাদী কেইজন আল-কায়দা ইন ইণ্ডিয়া চাব কণ্টিনেন্টৰ সদস্য বুলি নিশ্চিত কৰা হৈছে।

p1 12

গ্ৰেপ্তাৰ কৰা লােককেইজনক আদালতে ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৬ জেহাদীক।

এই সন্দৰ্ভত জিলাখনৰ আৰক্ষী অধীক্ষক অমিতাভ সিন্হাই এক সংবাদমেলৰ জৰিয়তে বহু তথ্য প্ৰকাশ কৰে।

photo 2022 04 16 16 35 04

উল্লেখ্য যে, ৪ মাৰ্চত আৰক্ষীয়ে আল কায়দাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল চাইফুল ইছলাম নামৰ এজনক।

ইয়াৰ পিছতে অভিযুক্তজনক স্বীকাৰোক্তিত ভিত্তিত অভিযান চলাই পুনৰ গ্ৰেপ্তাৰ কৰে ৬ জেহাদীক।

লগতে চাওকঃ

দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ চলোৱা জেলফেৰৎ যুৱ মৰ্চাৰ সদস্যক বিজেপিৰ সম্বৰ্ধনা

G2 16

Leave a Reply

Your email address will not be published. Required fields are marked *