ৰাজ্যৰ মুখ্য তথ্য আয়ুক্তৰূপে কাৰ্যভাৰ গ্ৰহণ সদ্য প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ…

নিউজ ডেস্কঃ ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ আইপিএছ ভাস্কৰজ্যোতি মহন্তৰ।

ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই শপত বাক্য পাঠ কৰোৱায় মুখ্য তথ্য আয়ুক্তগৰাকীক।

উল্লেখ্য যে, চলিত বছৰৰ ৩১ জানুৱাৰীতি অসম আৰক্ষী সঞ্চালকপ্ৰধান পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ভাস্কৰজ্যোতি মহন্তই।

image 37
ৰাজ্যৰ মুখ্য তথ্য আয়ুক্তৰূপে কাৰ্যভাৰ গ্ৰহণ সদ্য প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ… 3

তাৰ পিছতে তেওঁ মুখ্য তথ্য আয়ুক্ত ড০ অজিত প্ৰসাদ ৰাউটৰ ঠাইত নিযুক্তি প্ৰদান কৰা হৈছিল।