অসম

শোকাৱহ পথ দুৰ্ঘটনা! চলন্ত ডাম্পাৰৰ তলত সোমাল স্কুটী আৰোহী, নিহত দুজন…

এক শোকাৱহ পথ দুৰ্ঘটনা।

লন্ত ডাম্পাৰৰ তলত সোমাল স্কুটী আৰোহী, নিহত দুজন।

নিশা চামগুৰিৰ বাজিয়াগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত দুজন লোক নিহত হয়।

দুৰ্ঘটনাটোৰ ফলত এজন লোক থিতাতে নিহত হয়। আনজন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে নিহত হয়।

নিহত যুৱক দুজনৰ নামআব্বাচ আলী আৰু ছাহিনুৰ ইছলাম ।

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ AS 09 AC 3203 ।

আনহাতে স্কুটি খনৰ নম্বৰ AS 02 Y 1494।

দুৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰ চালক জন।

Related Articles

Back to top button