fbpx
অসমীয়াঅসম

শোকাবহ! চোতালত খেলি থকাৰ সময়তে গাৰ ওপৰত বজ্ৰপাত পৰি মৃত্যু ১১ বছৰীয়া মমতাৰ…

নিউজ ডেস্কঃ মহানগৰীৰ সাতগাঁৱত অঘটন।

চোতালত খেলি থকোতেই গাৰ ওপৰত বজ্ৰপাত পৰি মৃত্যু এটি শিশুৰ।

নিহত শিশুটিৰ নাম মমতা বেগম।

দুপৰীয়া ঘৰৰ চোতালত অকলে খেলি আছিল ১১ বছৰীয়া শিশুটিয়ে।

সেই সময়ত কাম কৰিবলৈ ওলাই গৈছিল মমতাৰ পিতৃ-মাতৃ।

কিন্তু মুষলধাৰ বৰষুণৰ লগে লগে সংঘটিত বজ্ৰপাতত মৃত্যু ঘটে শিশুটিৰ।

মমতা বেগমৰ মৃত্যুত শোকত ভাগি পৰিছে পিতৃ-মাতৃৰ লগতে পৰিয়াল।

Related Articles

Back to top button