মূল্যবৃদ্ধি হ’বই! কাৰণ ৩ বছৰে কৰ’ণা হ’ল, মূল্যবৃদ্ধি নহ’ব নেকিঃ জুবিন গাৰ্গ…

মূল্যবৃৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যৰ সাধাৰণ জনতক।

পেট্ৰ’ল-ডিজেলৰ লগেত প্ৰতিদিনে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য।

মূল্যবৃদ্ধিক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গে।

‘মূল্যবৃদ্ধি হ’বই! কাৰণ ৩ বছৰে কৰ’ণা হ’ল, মূল্যবৃদ্ধি নহ’ব নেকি?’ বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয়- সকলোৱে উৎপাদন কৰিব লাগিব, যিসকলৰ মাটি আছে তেওঁলোকে খেতি কৰক।মুঠতে ৰাজ্যত উৎপাদন বঢ়াব লাগিব।

আনহাতে বিহুৰ পিছত কেইবাখনো চিনেমা ৰিলিজ হ’ব বুলি মন্তব্য কৰে জুবিন গাৰ্গে।

Leave a Comment