গুৱাহাটী
মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড! চিলিণ্ডাৰ বিস্ফোৰণ হৈ তিনিখনকৈ দোকান ভস্মীভূত…

মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড।
চিলিণ্ডাৰ বিস্ফোৰণ হৈ তিনিখনকৈ দোকান ভস্মীভূত।
মহানগৰীৰ ভঙাগড়ৰ উৰণীয়া সেতুৰ তলত সংঘটিত হৈছে এই অগ্নিকাণ্ডটো।
জানিব পৰা মতে এখন হোটলত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডটোৰ সূত্ৰপাত হয়।
পিছত হোটেলখনৰ পৰা আন দুখন ব্যৱসায়ীক প্ৰতিষ্ঠানলৈ জুই সম্প্ৰসাৰিত হয়।
হোটেলখনত আৰু চিলিণ্ডাৰ থকা সন্দেহ কৰা হৈছে।
ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা।