অসম

ভাল খবৰ! হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।

ৰাজ্যজুৰি হ্ৰাস পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য।

তেল কোম্পানীসমূহে পেট্ৰ’ল আৰু ডিজেলত ১৫ পইচাকৈ হ্ৰাস কৰিছে।

বিগত ৩৮দিনত দ্বিতীয় বাৰলৈ হ্ৰাস পালে ইন্ধনৰ মূল্য।

গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৭.৩৯ টকা, প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮৮.৩৩ টকা।

নলবাৰীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৮.০৬ টকা, প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮৮.৯৪ টকা।

তেজপুৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৭.৮৪ টকা, প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮৮.৭৪ টকা।

ডিব্ৰুগড়ত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৮.০৩ টকা, প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮৯.৬১ টকা।

বৰপেটাত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৭.৮৫ টকা, প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮৮.৭৩ টকা।

যোৰহাটত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৭.৯৮ টকা, প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮৮.৮৬ টকা।

গোলাঘাটত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৭.৫৫ টকা, প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮৮.৪৬ টকা।

নগাঁৱত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৮.৭১ টকা, প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮৯.৫৪ টকা।

শিৱসাগৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৮.৫১ টকা, প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮৯.৩৫ টকা।

শিলচৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৭.৯৮ টকা, প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮৮.৯১ টকা।

আনহাতে দিল্লীত মঙলবাৰৰ দিনটোত পেট্ৰ’লৰ প্ৰতিলিটাৰৰ মূল্য ১০১.৪৯ টকা আৰু ডিজেলত ৮৮.৯২ টকা।

মুম্বাইত পেট্ৰ’ল আৰু ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য ক্ৰমে- ১০৭.৫২ টকা আৰু ৯৬.৪৮ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *