ৰাষ্ট্ৰীয়
ভাল খবৰ! দেৱালীৰ পূৰ্বে ৪ শতাংশ মৰগীয়া বানচ লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে…

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকললৈ ভাল খবৰ।
দেৱালীৰ পূৰ্বে লাভ কৰিব মৰগীয়া বানচ।
দেৱালীৰ পূৰ্বে ৪ শতাংশ মৰগীয়া বানচ লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে।
৫০ লাখ কৰ্মচাৰীয়ে লাভ কৰিব এই মৰগীয়া বানচ।
আনহাতে ৬৫ লাখ পেঞ্চনাৰেও লাভ কৰিব মৰগীয়া বানচ।