fbpx
নাগালেণ্ড

ভয়ংকৰ দুৰ্ঘটনা! নিৰ্বাচনী কৰ্তব্যৰ বাবে যোৱা নিৰাপত্তাৰক্ষীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, এজনৰ মৃত্যু…

আজি মেঘালয় আৰু নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নাগালেণ্ডৰ ৱাখা জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত পতিত হয় এখন নিৰাপত্তাৰক্ষী কঢ়িয়াই নিয়া বাছ।

দুৰ্ঘটনাটোৰ ফলত নিহত হৈছে বাছখনৰ চালকজন।

আনহাতে গুৰুতৰভাৱে আহত হৈছে ১৩ জন নিৰাপত্তাৰক্ষী।

নিৰ্বাচনী কৰ্তব্যৰ বাবে চুনিছ সমষ্টিৰ চানগ্ৰোলৈ গৈ থকাৰ সময়তে সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

হঠাৎ পৰ্বতৰ পৰা নিয়ন্ত্ৰণহীনভাৱে বাগৰি পৰে বাছখন।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!