fbpx
আন্তঃৰাষ্ট্ৰীয়

ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ পদৰ বাবে চৰ্চাত এইগৰাকী ভাৰতীয়ৰ বংশোদ্ভৱ নাম, কোন তেওঁ..?

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ।

জনছনৰ পদত্যাগৰ পাছতে প্ৰধানমন্ত্ৰীৰ পদৰ বাবে চৰ্চাত এগৰাকী ভাৰতীয় বংশোদ্ভৱৰ নাম।

প্ৰধানমন্ত্ৰী পদৰ বাবে ভাৰতীয় মূলৰ ব্যক্তি ঋষি সুনক নাম সৰ্বাধিক উত্থাপিত হবলৈ ধৰিছে।

ঋষি সুনক ব্ৰিটেইন চৰকাৰৰ বিত্ত মন্ত্ৰী আছিল।

৫ জুলাইৰ পৰাই বৰিছ জনছনৰ ওপৰত সংকটে দেখা দিছিল, যেতিয়া ব্ৰিটেইন চৰকাৰৰ প্ৰথম মন্ত্ৰী হিচাপে বিত্ত মন্ত্ৰী ঋষিয়ে পদত্যাগ কৰিছিল।

তাৰ পাছতে বৰিছ জনছনৰ বিৰোধিতাৰে সৰ্বমুঠ ৪১ গৰাকী মন্ত্ৰীয়ে মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।

৪২ বৰ্ষীয় ঋষি সুনক ২০২০ চনত ব্ৰিটেইনৰ বিত্ত মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিল।

ঋষি সুনক লগতে পেনি মৰ্ডণ্ট, বেন ৱালেছ, লিজ ট্ৰাছ আৰু ডমিনিক ৰাব আছে প্রধানমন্ত্ৰীৰ দৌৰত।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!