অসম

বিভিন্ন থানাৰ গোচৰ সংলগ্ন কৰি আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সাজু আৰক্ষী…

আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সাজু আৰক্ষী।

কৰিমগঞ্জ সদৰ থানাত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু।

৭১০/২২ নম্বৰত গোচৰ ৰুজু কৰিমগঞ্জ থানাত।

বিভিন্ন থানাৰ গোচৰ সংলগ্ন কৰা হৈছে কৰিমগঞ্জত।

কৰিমগঞ্জ, হাইলাকান্দিত ৰুজু হোৱা গোচৰ নথিভুক্ত হৈছে কৰিমগঞ্জ সদৰ থানাত।

হিন্দু, মহিলা সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ বাবে বিভিন্ন থানাত ৰুজু হৈছিল গোচৰ।

ঘটনা সন্দৰ্ভত কেইবাটাও দল-সংগঠনে আজমলৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ।

ইপিনে আইনী যুঁজৰ বাবে সাজু হৈছে AIUDF দলো।

ইতিমধ্যে গঠন কৰা হৈছে আইনী কোষ।

প্ৰয়োজনত অগ্ৰিম জামিন আবেদন দাখিল কৰিব আজমলে।

Related Articles

Back to top button