বাতিল কৰা হ’ল APDCLৰ নিযুক্তি প্ৰক্ৰিয়া…

বাতিল কৰা হ’ল APDCLৰ নিযুক্তি প্ৰক্ৰিয়া।

এক নিৰ্দেশনাযোগে এই ঘোষণা কৰিলে APDCLয়ে।

বহুকেইটা পদবীৰ নিযুক্তি বন্ধ কৰিছে এ পি ডি চি এলে।

উল্লেখ্য যে যোৱা ২৭ আগষ্টত অনুষ্ঠিত হৈছিল এই পদৰ বাবে লিখিত পৰীক্ষা।

image 1
বাতিল কৰা হ’ল APDCLৰ নিযুক্তি প্ৰক্ৰিয়া... 2

প্ৰশাসনিক কাৰণত এই নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা বুলি উল্লেখ কৰা হৈছে জাননীত।

ইয়াৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। 

Leave a Comment