ৰাষ্ট্ৰীয়

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আন এক সফলতা! অগ্নি-৫ বেলেষ্টিক মিছাইলৰ সফল পৰীক্ষণ ভাৰতৰ…

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আন এক সফলতা ভাৰতৰ।

প্ৰতিৰক্ষা ক্ষেত্ৰত নতুনকৈ সংযোজন ঘটিল আন এক ক্ষেপনাস্ত্ৰ।

প্ৰতিৰক্ষা ক্ষেত্ৰখনৰ এই নৱতম সংযোজন হৈছে বেলিষ্টিক মিছাইল অগ্নি-৫।

ভাৰতে বুধবাৰে ড০ এ পি জে আব্দুল কালাম আইলেণ্ডত ভূমিৰ পৰা ভূমিলৈ নিক্ষেপ কৰা পাৰমাণৱিক শক্তিসম্পন্ন বেলেষ্টিক মিছাইল অগ্নি-৫ সফলভাৱে উৎক্ষেপন কৰিবলৈ সক্ষম হয়।

ভাৰতে পৰীক্ষণ সম্পুৰ্ণ কৰা পাৰমাণৱিক শক্তিসম্পন্ন অগ্নি-৫ বেলেষ্টিক মিছাইলে ৫,০০০ কিলোমিটাৰ দূৰত্বলৈ সফলভাৱে লক্ষ্যবস্তুক আঘাত হনাৰ ক্ষমতা আছে।

দীৰ্ঘ দূৰত্বত আঘাত হানিব পৰা এই ক্ষেপনাস্ত্ৰই শত্ৰু পক্ষক চিন্তিত কৰি তুলিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button