fbpx
অসম

পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বড়ো, আহত দুজন আৰক্ষী জোৱান

ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ।

আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বড়ো।

ওদালগুৰিৰ দৈফাঙত আৰক্ষীৰ গুলীত নিহত হয় ডকাইত কেনাৰাম বড়ো৷

আৰক্ষীৰ সম্ভেদ পাই এটা ঘৰৰ পৰা পলায়ন কৰিব চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰে।

ডকাইতৰ দলৰ আক্ৰমণত আহত দুজন আৰক্ষী৷

ডকাইতজনৰ পৰা উদ্ধাৰ হৈছে এটা পিষ্টল।

ঘটনাস্থলীত উপস্থিত শীৰ্ষ আৰক্ষী বিষয়া

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!