ডাঙৰ খবৰ! ৫ টকাৰ পৰা ১০ টকালৈ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

দেশবাসীলৈ দীপাৱলীৰ উপহাৰ কেন্দ্ৰীয় মোডী চৰকাৰৰ।

৫ টকাৰ পৰা ১০ টকালৈ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

৫ টকাকৈ পেট্ৰ’লৰ দাম হ্ৰাস।

১০ টকাকৈ হ্ৰাস পালে ডিজেলৰ দাম।

পেট্ৰ’ল-ডিজেলত থকা আবকাৰী শুক্ল হ্ৰাস মোডী চৰকাৰৰ।

কাইলৈৰ পৰা প্ৰযোজ্য হ’ব এই নতুন মূল্য সূচী।

লগতে চাওকঃ

বিবাহৰ ৫ মাহৰ পিছত পত্নীক প্ৰাক্তন প্ৰেমিকৰ সৈতে বিবাহ কৰাই দিলে স্বামীয়ে!

Leave a Comment