ৰাষ্ট্ৰীয়

চাঞ্চল্যকৰ! AMTRONৰ একাউণ্টৰ পৰা হৰলুকি ২.৫০ কোটি টকা…

AMTRONত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

AMTRONৰ একাউণ্টৰ পৰা হৰলুকি ২.৫০ কোটি টকা।

সোধ-পোছৰ বাবে AMTRON ৰ গাণনিকক আটক CIDৰ।

আটকাধীন গণনিক বিষয়াজন হৈছে ৰাহুল হুজুৰী।

AMTRONৰ একাউণ্ট হেক কৰা সন্দৰ্ভত CID ৰ তদন্ত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button