ৰাষ্ট্ৰীয় চাঞ্চল্যকৰ! AMTRONৰ একাউণ্টৰ পৰা হৰলুকি ২.৫০ কোটি টকা… November 12, 2021 NEWS DESK AMTRONত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।AMTRONৰ একাউণ্টৰ পৰা হৰলুকি ২.৫০ কোটি টকা।সোধ-পোছৰ বাবে AMTRON ৰ গাণনিকক আটক CIDৰ।আটকাধীন গণনিক বিষয়াজন হৈছে ৰাহুল হুজুৰী।AMTRONৰ একাউণ্ট হেক কৰা সন্দৰ্ভত CID ৰ তদন্ত।Related storiesৰাছিয়া-ইউক্ৰেইন যুদ্ধত নিহত ৫১ জন ভাৰতীয়ৰ পৰিয়াললৈ ক্ষতিপূৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা October 16, 2026স্বামীৰ ওপৰত খং কৰি কুঁৱাত জাঁপ পত্নীৰ! গাঁওবাসীৰ সন্মুখত হাতযোৰ কৰি ক্ষমা বিচৰাৰ পিছতহে ওলাই আহিল বাহিৰলৈ October 15, 2026মহিলা সাংবাদিকৰ যৌন নিগ্ৰহৰ অভিযোগৰ পিছতেই প্ৰতিশোধমূলক গোচৰ আৰক্ষী বিষয়াৰ; ভুক্তভোগীৰ কণ্ঠ ৰুদ্ধ কৰাৰ অপচেষ্টাক লৈ প্ৰতিক্ৰিয়া October 15, 2026ভাৰতলৈ আহিব লাগিলে আমাৰ চৰ্তত আহিব লাগিব, নহ'লে ঘোঁচা মাৰি খেদি দিমঃ ইলন মাস্কক মুকলি ভাবুকি বিজেপি সাংসদৰ October 15, 2026অসমৰ সৈতে কি সম্পৰ্ক ছাত্ৰ নেত্ৰী নেহা বোৰাৰ; কট্টৰ বিজেপিবাদী পৰিয়ালৰ পৰা কেনেকৈ উন্মেষ ঘটিল এটা বাওঁপন্থী স্ফুলিংগ October 12, 2026দিল্লীৰ প্ৰতিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ বিশেষ শুনানি; মেট্ৰ’ আৰু ইণ্টাৰনেট স্বাভাৱিক ৰখাৰ নিৰ্দেশ, শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আটক নকৰিবলৈ সতৰ্কবাণী October 11, 2026