অসম
চাঞ্চল্যকৰ! ডিঙিত জীৱন্ত সাপ ওলোমাই মহানগৰীৰ ৰাজপথত তাণ্ডৱ এজনৰ…

এক চাঞ্চল্যকৰ ঘটনা।
ডিঙিত জীৱন্ত সাপ ওলোমাই মহানগৰীৰ ৰাজপথত এজন যুৱকৰ তাণ্ডৱ
ডিঙিত জীৱন্ত সাপ ওলোমাই ৰাজ পথত ঘূৰি ফুৰিছে এজন লোকে।
লোকজনৰ কাণ্ড দেখি আতংকিত স্থানীয় ৰাইজ।
এই ঘটনা সংটিত হৈছে মহানগৰীৰ বীৰকুছিত।
উদ্ভাণ্ডালি কৰা লোকজনক ৰাইজে কৰায়ত্ত্ব কৰি উত্তম-মাধ্যম সোধাই।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটক কৰে উদ্ভণ্ডালি কৰা লোকজনক।