fbpx
অসমীয়াৰাশিফল

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ১৩ মে’, শুকুৰবাৰ

মেষ ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। অত্যাধিক খং পৰিহাৰ কৰক। ধনৰ লেনদেনৰ পৰা আজি আপুনি আঁতৰি থাকক। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। পত্নীৰ সমৰ্থন লাভ কৰিব। পৰিয়ালৰ প্ৰতি সৎভাৱ বৃদ্ধি পাব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ জেষ্ঠ্যজনৰ পৰামৰ্শ লওক। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে।

বৃষ ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে শুভ। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। আজি আপুনি ভৱিষ্যতক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে।

মিথুন ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। সৃষ্টিশীল ৰুচিয়ে আপোনাক আজি শিথিল অনুভৱ কৰাব। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। আপুনি আপোনাৰ আকৰ্ষণ আৰু ব্যক্তিত্বৰ পৰা কিছুমান নতুন বন্ধু বনাব। সহকৰ্মীসকলে কামৰ ক্ষেত্ৰত প্ৰগতিশীল আৰু ডাঙৰ পৰিৱৰ্তন অনাত আপোনাৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিব। মাতৃৰ স্বাস্থ্যৰ যতন লওক। পিতৃৰ সমৰ্থন লাভ কৰিব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আজি আপোনাৰ প্ৰৱণতা আধ্যাত্মিকতাৰ প্ৰতি হ’ব। আজি আপোনাৰ মন সাহিত্যিক বস্তু পঢ়াত নিয়োজিত হ’ব পাৰে। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব।

সিংহ ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। সন্তানৰ পৰা এটি সুখবৰ লাভ কৰিব পাৰে। ব্যবসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। পিতৃৰ সমৰ্থন লাভ কৰিব।

কন্যা ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে শুভ প্ৰমাণিত হ’ব। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূৰ্ণ হ’ব পাৰে। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ব্যবসায়ত বন্ধুৰ সহায়ে আপোনাক আজি লাভম্বিত কৰিব পাৰে। পত্নীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পিতৃ- মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। পৰিয়ালৰ প্ৰতি সৎভাৱ বৃদ্ধি পাব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। বাৰ্তালাপৰ সময়ত সাৱধান হওক। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। শিক্ষাৰ লগত জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ। ব্যবসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে।

বৃশ্চিক ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে শুভ। আজি ব্যৱসায়িক অংশীদাৰৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক হ’ব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব । ঘৰত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব।

ধনু ৰাশি- অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। ব্যবসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল অৰ্জন কৰিবলৈ সক্ষম হ’ব। ভ্ৰমণৰ সুযোগ লাভ কৰিব কিন্তু এই ভ্ৰমণ আপোনাৰ বাবে কষ্টকৰ প্ৰমাণিত হ’ব। আজি আপুনি পৰিয়ালৰ ডাঙৰ দায়িত্ব পালন কৰিবলগীয়া হ’ব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

মকৰ ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। ব্যবসায়ত লোকচানৰ সন্মুখীন হ’ব পাৰে। আজি আপুনি অচিনাকি ব্যক্তিৰ পৰা সাৱধান হওক। আজি আপুনি ধনৰ লেনদেনৰ পৰা আঁতৰি থাকক। পত্নীৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব।

কুম্ভ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ব্যবসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভম্বিত কৰিব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। এজন পুৰণি বন্ধুৰ সৈতে ফোনত কথা হ’ব পাৰে। পৰিয়ালৰ প্ৰতি সৎভাৱ বৃদ্ধি পাব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব।

মীন ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব। আজি আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে অধিক সময় অতিবাহিত কৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। ব্যবসায়ত উন্নত। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Related Articles

Leave a Reply

Back to top button