অসম

ওদালগুৰিৰ পিছত আজি বকোত সৌৰশক্তি প্রকল্প উদ্বোধন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ…

ওদালগুৰিৰ পিছত আজি বকোত সৌৰশক্তি প্রকল্প উদ্বোধন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ।

বকোত ২৫ মেগাৱাট সৌৰশক্তি প্রকল্প উদ্বোধন মুখ্যমন্ত্রী গৰাকীৰ।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এক জনসভাও সম্বোধন কৰে।

image 205

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ বিদ্যুৎ চালিত কৰা হ’ব। ৭৫ মেগাৱাৰ্ট সৌৰশক্তি প্রকল্প স্থাপন কৰা হ’ব। সৌৰশক্তিৰ জৰিয়তে ৰাইজে নিজৰ নিজৰ বাহনসমূহো বিদ্যুৎ চালিত কৰিব।

image 206

আনহাতে কৃষকৰ ধন উৎপাদন আৰু বিক্ৰী সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

তেওঁ কয় যে, কৃষকৰ উৎপাদিত ধান ৰাজ্য চৰকাৰে ক্রয় কৰিব। প্রধানমন্ত্রীৰ আশীৰ্বাদত কৃষকে উৎপাদিত ধানৰ উচিত মূল্য লাভ কৰিছে। ৪.৫০ মেট্রিক টন ধান ক্রয় কৰিছে ৰাজ্য চৰকাৰে।

image 207

Related Articles

Back to top button