অসম

আৰক্ষীৰ জালত ২ কুখ্যাত চাইবাৰ অপৰাধী…

বটদ্ৰৱা আৰক্ষীৰ বৃহৎ সাফল্য।

আৰক্ষীৰ জালত ২ কুখ্যাত চাইবাৰ অপৰাধী।

নুৰজামাল গাজী আৰু মোস্তাফা আহমেদক গ্ৰেপ্তাৰ।

দুয়োৰে ঘৰ ধিঙৰ ওপৰ ডুমডুমীয়াত।

দুয়োৰে পৰা উদ্ধাৰ লেপটপ, কম্পিউটাৰ, আপত্তিজনক নথিপত্ৰ, পেনড্ৰাইভ, ছীমকাৰ্ড, ATM, আৰু ছীল মোহৰ উদ্ধাৰ।

Related Articles

Back to top button