অসম

অশান্ত অসম-মিজোৰাম সীমান্ত, বিদ্যালয়ত গ্ৰেণেড বিস্ফোৰণ মিজো দুৰ্বৃত্তৰ…

পুনৰ অশান্ত অসম-মিজোৰাম সীমান্ত।

এইবাৰ বিদ্যালয়ত গ্ৰেণেড বিস্ফোৰণ মিজো দুৰ্বৃত্তৰ।

হাইলাকান্দিৰ দক্ষিণ প্ৰান্তৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

সাহেবমাৰা নিম্ন প্ৰাথমিক বিদ্যালয়ত এই ঘটনা।

নিশা মিজো দুৰ্বৃত্তই নিক্ষেপ কৰে এই গ্ৰেণেড।

এই বিস্ফোৰণৰ ফলত বিস্তৰ ক্ষতিসাধন হয় বিদ্যালয়খনৰ।

অৱশ্যে কোনো লোক হতাহত হোৱা নাই এই বিস্ফোৰণত।

Leave a Reply

Your email address will not be published. Required fields are marked *