অসম

PPE কিট পৰিধান কৰি উত্তাল প্রতিবাদ কংগ্রেছৰ নেতা-কর্মীৰ…

PPE কিট প্রসংগক লৈ কংগ্ৰেছৰ উত্তাল প্রতিবাদ।

ৰাজীৱ ভৱনত কংগ্রেছ নেতা কৰ্মীয়ে ৰূপায়ন কৰে প্রতিবাদী কার্যসূচীৰ।

image 29

PPE কিট পৰিধান কৰি প্রতিবাদ সাব্যস্ত কংগ্রেছৰ নেতা-কর্মীৰ।

৫০ হাজাৰ PPE কিট ক’লৈ গ’ল বুলি প্ৰশ্ন প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

image 30

এই সন্দৰ্ভত ৰাজ্য চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী জনায় প্রতিবাদকাৰীসকলে।

উল্লেখ্য যে, চৰকাৰে চীনৰ পৰা পিপিই কিট ক্ৰয় কৰা সন্দৰ্ভত বহু অভিযোগ উত্থাপন হৈছিল।

image 31

অসম জাতীয় পৰিষদেও এই সন্দৰ্ভত উত্থাপন কৰিছে প্ৰশ্নৰ।

লগতে চাওকঃ

SSB ৰ সঞ্চালক প্ৰধান পদত অধিষ্ঠিত প্ৰথমগৰাকী অসম সন্তান ডঃ সুজয় লাল থাউচেন

G6

Leave a Reply

Your email address will not be published. Required fields are marked *