অসম

PPE কিট কেলেংকাৰী! মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীৰে গুৱাহাটী কপাঁলে আম আদমী পাৰ্টিয়ে…

PPE কিট কেলেংকাৰীক লৈ উত্তাল ৰাজ্য।

ব্যাপক কেলেংকাৰীৰ অভিযোগ তুলি বৃহস্পতিবাৰে গুৱাহাটী কপাঁলে আম আদমি পাৰ্টিয়ে।

image 103

ৰাজ্যৰ ভিন্ন স্থানৰ সহস্ৰাধিক আপ কৰ্মীৰ প্ৰতিবাদত কপিঁ উঠিল গুৱাহাটী মহানগৰীৰ ৰাজপথ।

প্ৰতিকূল বতৰকো নেওঁচি আপৰ সহস্ৰাধিক কৰ্মীয়ে দাবী তোলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ।

image 102

শূণ্য সহনশীলতাৰ শ্লোগান গোৱা অসম চৰকাৰে মুখে কোৱা কথা হাতে-কামে পালন কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে।

প্ৰধাণত পি পি ই কিট কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে।