প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰি যোৱাৰ মাত্ৰ দুসপ্তাহ পিছতে ডাইনামাইটেৰে উৰুৱাই দিয়া হ’ল এখন ৰে’লৱে দলং! তীব্ৰ চাঞ্চল্য…
নিউজ ডেস্কঃ ৰাজস্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰা এখন ৰে’লৱে দলঙত শনিবাৰে নিশা সংঘটিত বিস্ফোৰণৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Read More