ৰাষ্ট্ৰীয়

ৰাষ্ট্ৰীয়

ভাৰতীয় সেনা বিষয়াৰ পোছাক পিন্ধি চাকৰি দিয়াৰ নামত সৰকাইছিল লাখ লাখ টকা, অৱশেষত পৰিল জালত

সামৰিক বাহিনীত নিযুক্তি দিয়াৰ নামত বহু যুৱক-যুৱতীৰ পৰা লাখৰ ঘৰত ধন সৰকোৱা এজন ভণ্ড সেনা বিষয়াক আটক কৰিছে ভাৰতীয় সেনাই।

Read More
ৰাষ্ট্ৰীয়অসমীয়া

পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ‘বচপন কা প্যাৰ’ খ্যাত সহদেৱ দিৰদো

নিউজ ডেস্ক। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ‘বচপন কা প্যাৰ’ গীতেৰে লাখ লাখ ভাৰতীয়ৰ বুকুত ঠাই দখল কৰা সহদেৱ দিৰদো।

Read More
ৰাষ্ট্ৰীয়অসমীয়া

মুখাগ্নিৰ পূৰ্বে হঠাৎ চিতাৰ ওপৰত উঠি বহিল মৃত ব্যক্তি! দৃশ্য দেখি হতবাক সকলো

নিউজ ডেস্ক। এক নাটকীয় পৰিস্থিতি। চৌদিশে কান্দোনৰ ৰোল উঠিছিল তেতিয়া। শীৰ্ণপ্ৰায় মুখবোৰত তেতিয়া দুখৰ ছায়া। চাৰিজন মানুহে শৱদেহৰ সাঙি খন

Read More
ৰাষ্ট্ৰীয়অসমীয়া

সুদূৰ জাৰ্মানীৰ পৰা গ্ৰেপ্তাৰ লুধিয়ানা আদালতত বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড!

নিউজ ডেস্ক। ২৩ ডিচেম্বৰত পঞ্জাৱৰ লুধিয়ানা জিলা আদালতত চৌহদত সংঘটিত বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰমাইণ্ড জচবিন্দৰ সিং মুলতানক জাৰ্মানত গ্ৰেপ্তাৰ কৰা হৈছে।

Read More
ৰাষ্ট্ৰীয়অসমীয়া

হাত-ভৰি নথকাকৈও ব্যস্ত ৰাজপথত চলায় বাহন, চাকৰিৰ অফাৰ দিলে আনন্দ মহিন্দ্ৰাই

নিউজ ডেস্ক। এজন সম্পূৰ্ণৰূপে বিকলাংগ ব্যক্তি! তেওঁৰ দুই হাত নাই, নাই দুভৰিও। তথাপিও জীৱনৰ তাড়নাত তেওঁ কষ্ট কৰে। স্কুতিৰ ইঞ্জিনেৰে

Read More
ৰাষ্ট্ৰীয়অসমীয়া

টাইগাৰাে জীয়াই আছে, সাপাে জীয়াই আছে! সৰ্প দংশনৰ ঘটনাক লৈ কি ক’লে চলমান খানে?

নিউজ ডেস্ক। আজি ৫৬ বছৰত ভৰি দিলে চুপাৰষ্টাৰ চলমান খানে। সোমবাৰে ৰায়গড়ৰ পানভেলৰ ফাৰ্ম হাউচত পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে নিজৰ

Read More
ৰাষ্ট্ৰীয়অসমীয়া

অমিক্ৰন আতংকৰ মাজতে ৫ ৰাজ্যত নিৰ্বাচন! আজি চূড়ান্ত সিদ্ধান্ত ল’ব মুখ্য নিৰ্বাচন আয়োগে

নিউজ ডেস্ক। দেশত ক্ৰমাৎ বৃদ্ধি পাইছে অমিক্ৰন আতংক! এনে পৰিস্থিতি আগন্তুক ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন স্থগিত ৰখাক লৈ জল্পনা কল্পনা

Read More
ৰাষ্ট্ৰীয়অসমীয়া

WhatsApp গ্রুপৰ সদস্যই কৰা মেছেজৰ বাবে দায়বদ্ধ নেকি গ্ৰুপ এডমিন! কি ক’লে উচ্চ ন্যায়ালয়ে?

নিউজ ডেস্ক। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে (মাদুৰাই বিচাৰপীঠে) শেহতীয়াকৈ এটা হোৱাটছএপ গ্রুপৰ এজন সদস্যই গ্রুপটোত আপত্তিজনক পোষ্ট কৰাৰ পিছত প্ৰশাসকৰ (এডমিন)

Read More
ৰাষ্ট্ৰীয়অসমীয়া

ঘৰৰ পৰা নগদ ২৮৪ কােটি টকা জব্দ হােৱাৰ পাছত গ্ৰেপ্তাৰ ব্যৱসায়ী পীযুষ জৈন

নিউজ ডেস্ক। অৱশেষত কৰ বিভাগে গ্ৰেপ্তাৰ কৰিলে উত্তৰ প্ৰদেশৰ কানপুৰৰ ‘ধন কুবেৰ’ ব্যৱসায়ী পীযুষ জৈনক। ইতিমধ্যে জিএছটি চােৰাংচােৱা সঞ্চালকালয়ে ব্যৱসায়ীজনৰ

Read More