IPLত ‘মেন অফ দ্যা মেটছ’ লাভ কৰি উজলিল অসম সন্তান ৰিয়ান পৰাগ…

IPLত উজলিল অসমৰ ৰিয়ান পৰাগ।

দীৰ্ঘ দিনীয়া ব্যৰ্থতাৰ অন্তত ৰিয়ানৰ বেটৰ পৰা আহিল দৰ্শনীয় অৰ্ধশতক।

মাত্ৰ ২৯ টা বলতে অৰ্ধশতক অৰ্জন কৰে অসমৰ বেটছমেনজনে।

আৰ চি বিৰ বিৰুদ্ধে খেলা মেচত ৰাজস্থান ৰয়েলছৰ স্ক’ৰ বৃদ্ধিত মুখ্য ভূমিকা ল’লে ৰিয়ানে।

দলৰ বিপদৰ সময়ত ৰিয়ানৰ বেটৰ পৰা আহিল ৩১ বলত অপৰাজিত ৫৬ ৰাণ।

ৰিয়ানৰ দৰ্শনীয় অপৰাজিত অৰ্ধশতকৰ বাবেহে সন্মানজনক স্কোৰ কৰিবলৈ সক্ষম হৈছে ৰাজস্থান ৰয়েলছ।

ৰিয়ানৰ বেটিঙৰ বলত ৰাজস্থান ৰয়েলছে ৰয়েল ছেলেঞ্জাৰৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১৪৪ ৰাণ কৰিবলৈ সক্ষম হয়। 

কেৱল ৰানেই নহয় ৪ টাকৈ কেটছ ধৰা ৰিয়ানক প্ৰদান কৰা হয় ‘মেন অফ দ্যা মেটছ’ সন্মান।

Image

প্ৰত্যুত্তৰত ১৪৫ ৰানৰ বিজয় লক্ষ্য আগত লৈ বেংগালুৰুৱে প্ৰথমে কোহলীৰ উইকেট হেৰুৱাই এটাৰ পিছত এটাকৈ উইকেট হেৰুৱাবলৈ লয়।

ৰাজস্থানৰ বলিঙৰ সন্মুখত RCBৰ কোনো এজন বেটছমেন তিষ্ঠিব নোৱাৰিলে আৰু দলটো অন্তিম অভাৰত ১১৫ ৰানত অলআউট হয়।

Leave a Comment