অসম

GMCHৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড…

GMCH ৰ নিৰ্মীয়মান ছুপাৰ স্পেচিয়েলিটি হাস্পতাল চৌহদত ভয়ংকৰ অগ্নিকাণ্ড।

নিৰ্মীয়মান কাৰ্যত জড়িত শ্ৰমিক সকলৰ কোঠাত প্ৰথমতে জুইৰ সূত্ৰপাত হয়।

পিছত জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত শ্ৰমিকসলৰ ৪টাকৈ বাসগৃহ ভস্মীভূত হয়।

নিৰ্মীয়মান কাৰ্যত জড়িত শ্ৰমিক সকলৰ বহু পৰিমাণৰ সা-সম্পত্তি জুইত জাহ যায়।

নিৰ্মীয়মান কাৰ্যত জড়িত শ্ৰমিক আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত কৰা হয় জুই।

শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *