fbpx
ৰাশিফলঅসমীয়া

চাওক আপােনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ২৬ মে’, বৃহস্পতিবাৰ

মেষ ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে শুভ। আজি আপুনি ভৱিষ্যতক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। দীর্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব। ব্যবসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

বৃষ ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। আপুনি ব্যৱসায় খণ্ডত প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব পাৰে। নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকিব। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব। ব্যবসায়ত মনোযোগ দিয়ক। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

মিথুন ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়া আজি সমাধান হ’ব। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আজি এজন পুৰণি বন্ধুৰ সৈতে লগ হ’ব পাৰে। পিতৃ- মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। ব্যৱসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভম্বিত কৰিব। আজি আপুনি সামাজিক কামত অংশগ্ৰহণ কৰিব। সন্তানৰ পৰা এটি সুখবৰ লাভ কৰিব পাৰে। শিক্ষাৰ লগত জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব পাৰে। পৰিয়ালৰ প্ৰতি সৎভাৱ বৃদ্ধি পাব। পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

সিংহ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব। আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। ব্যবসায়ত উন্নত। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব।

কন্যা ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। ব্যবসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটোত বাধা থাকিব পাৰে। বাৰ্তালাপৰ সময়ত সাৱধান হওক। আজি আপুনি ধনৰ লেনদেনৰ পৰা আঁতৰি থাকক। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। ব্যবসায়ত মনোযোগ দিয়ক। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। আজি আপুনি সামাজিক অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। আজি আপুনি আত্মীয় জনৰ মনত আঘাত লগা কাম নকৰিব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

বৃশ্চিক ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। ব্যবসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভম্বিত কৰিব পাৰে। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব। পৰিয়ালৰ প্ৰতি সৎভাৱ বৃদ্ধি পাব। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব।

ধনু ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। আজি আপুনি অত্যাধিক খং পৰিহাৰ কৰক। মাতৃৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। পত্নীৰ সমৰ্থন লাভ কৰিব। ব্যবসায়ত লোকচানৰ সন্মুখীন হ’ব পাৰে। শিক্ষাৰ লগত জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ। আজি আপুনি আত্মীয় জনৰ মনত আঘাত লগা কাম নকৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক।

মকৰ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। ব্যবসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। পত্নীৰ পৰা এটি সুখবৰ লাভ কৰিব। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। পত্নীৰ স্বাস্থ্যৰ যতন লওক। ব্যবসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটোত বাধা থাকিব পাৰে। বাৰ্তালাপৰ সময়ত সাৱধান হওক। পিতৃ- মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব ।

মীন ৰাশি- আজি আপোনাৰ বাবে দিনটোত লাভজনক প্ৰমাণিত হ’ব। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। পত্নীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়া আজি সমাধান হ’ব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!