‘মই হত্যা কৰা নাই, আৰক্ষীৰ কোবত মই হত্যাৰ কথা স্বীকাৰ কৰিছিলোঁ’-বেলতলা হত্যাকাণ্ডৰ নতুন মোৰ…
বেলতলা হত্যাকাণ্ডৰ নতুন মোৰ। বেলতলাৰ চাৰ্ভেৰ বৰুৱা দম্পত্তীৰ হত্যাৰ কথা সংবাদমাধ্যমৰ আগত অস্বীকাৰ কেয়াৰটেকাৰ আকাশ চৌধুৰীৰ। কিছুদিন পূৰ্বে গুৱাহাটীস্থিত বেলতলাত
Read More