ASTCত অবৈধ ভাৱে নিযুক্তি লাভ কৰা কৰ্মচাৰীক বৰ্খাস্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

অসম ৰাজ্যিক পৰিবহণ নিগমত অবৈধ ভাৱে নিযুক্তি পোৱা কৰ্মচাৰীলৈ বিপদ।

ASTCত অবৈধ ভাৱে নিযুক্তি লাভ কৰা কৰ্মচাৰীক বৰ্খাস্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

দুমাহৰ ভিতৰত চাকৰিৰ পৰা বৰ্খাস্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালকক এই নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

উল্লেখ্য যে, পূৰ্বৰ সঞ্চালক আনন্দ প্ৰকাশ টিৱাৰীৰ কাৰ্যকালত অবৈধভাৱে নিযুক্তি লাভ কৰিছিল এইসকল কৰ্মচাৰীয়ে।