অসম

ভয়ংকৰ ঘটনা! ৰাষ্ট্ৰীয় ঘাইপথত দাও দাওকৈ জ্বলিল যাত্ৰীবাহী মেজিক…

মহানগৰীৰ গড়চুকত নিশা ভয়ংকৰ ঘটনা।

ৰাষ্ট্ৰীয় ঘাইপথত দাও দাওকৈ জ্বলি উঠিল এখন যাত্ৰীবাহী মেজিক।

কথমপি ৰক্ষা পৰে বাহনখনত থকা যাত্ৰী সকলৰ প্ৰাণ।

যাত্ৰীবাহী বাহনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনত থকা ৭জনকৈ যাত্ৰীৰ।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা।

জালুকবাৰীৰ পৰা খানাপাৰালৈ যাত্ৰী লৈ গৈ থকা অৱস্থাত এখন মেজিক হঠাৎ দাওদাওকৈ জ্বলি উঠে।

লখৰাৰ লালুং গাঁৱত যাত্ৰীবাহী বাহনখন জ্বলি উঠে।

অৱশেষত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *