অসমঅসমীয়া

প্ৰাক্তন প্ৰেয়সীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰি গ্ৰেপ্তাৰ যুৱক

নিউজ ডেস্ক। প্ৰাক্তন প্ৰেয়সীৰ সৈতে কটােৱা নিবিড় মুহূৰ্তৰ এটা ভিডিঅ’ ভাইৰেল কৰি ৰঙাঘৰৰ আলহী হ’ল এজন যুৱক।

যুৱতীৰ আত্মীয়ৰ গােচৰৰ ভিত্তিত অভিযুক্ত প্ৰাক্তন প্ৰেমিকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

জানিব পৰ মতে, বিশ্বনাথ জিলাৰ হেলেমৰ গমিৰিৰ যুৱক পাপু বৰাই সংঘটিত কৰিছিল এই কাণ্ড।

নিজৰ প্ৰেমিকাৰ অশ্লীল ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অভিযােগত হেলেম আৰক্ষীয়ে ৫৯/২੦২১ নং গােচৰ পঞ্জীয়ন কৰি পাপু বৰা নামৰ যুৱকজনক জে’ল হাজােতলৈ প্ৰেৰণ কৰে।

ইপিনে, পাপু বৰা নামৰ এই যুৱকজনে সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে কিছুদিন পূৰ্বে ঘটনাক লৈ দুই পক্ষৰ সৈতে বুজাবুজি হৈছিল।

লগতে চাওকঃ চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল

কিংবদন্তি ফুটবলাৰ মাৰাডােনাৰ ১২ লাখ টকীয়া ঘড়ী চুৰি কৰি গ্ৰেপ্তাৰ শিৱসাগৰৰ ৱাজিদ হুছেইন

Leave a Reply

Your email address will not be published. Required fields are marked *