অসম

পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত ভুট্টু…

ৰাজ্যত পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ।

এইবাৰ বিশ্বনাথ চাৰিআলি আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত জাহিৰ আলি ওৰফে ভুট্টু।

দীৰ্ঘদিন ধৰি নকল টকাৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছিল ভুট্টু।

নকল টকাৰ স্থান দেখুৱাবলৈ নিয়াৰ সময়তে এনকাউণ্টাৰ সংঘটিত হয়৷

গুৰুতৰভাৱে আহত ভুট্টুক তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে ৷

১১ ডিচেম্বৰ শনিবাৰে পুৱতি নিশা বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামৰ সমীপত সংঘটিত হৈছে এই ঘটনা৷

ভুট্টক ঘৰ বিশ্বনাথ চাৰিআলিৰ বলোডোঙাত৷

দীৰ্ঘদিন ধৰি অসামাজিক কাৰ্যৰ লগত জড়িত হৈ আছিল ভুট্টু।

Leave a Reply

Your email address will not be published. Required fields are marked *