অসমঅসমীয়া

খেতিপথাৰত উদ্ধাৰ বনৰীয়া হাতীৰ মৃতদেহ

নিউজ ডেস্ক। ৰাজ্যত পুনৰ অস্বাভাৱিকভাৱে মৃত্যুমুখত পৰিল বনৰীয়া হাতী।

এইবাৰ ঘটনাৰ স্থান নগাঁও জিলাৰ বঢ়মপুৰৰ কন্দলী।

খেতিপথাৰত উদ্ধাৰ বনৰীয়া হাতীৰ মৃতদেহ।

খাদ‍্যৰ সন্ধানত চোৱাং বনাঞ্চলৰ পৰা ভৈয়ামলৈ নামি অহা হাতীৰ জাকৰ মাজত আছিল মৃত হাটীটো।

প্ৰত্যক্ষদৰ্শীৰ মতে, মৃত বনৰীয়া হাতীটোৰ দেহত নাই কোনো আঘাতৰ চিন।

নিশা জাকৰ মাজত হোৱা সংঘৰ্ষৰ বাবেই হাতীটো মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।

লগতে চাওকঃ

নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ মৃত্যুৰ ন্যায়িক তদন্ত ঘােষণা

Leave a Reply

Your email address will not be published. Required fields are marked *