অসম

DNLAৰ ডেজিগনেটেড কেম্পত দুই যুৱকক হত্যা, নিৰ্যাতনত কেইবাজনো আহত…

DNLAৰ ডেজিগনেটেড কেম্পত দুই যুৱকক হত্যা।

শিবিৰলৈ লৈ গৈ অত্যাচাৰ কৰাৰ অভিযোগ।

ৰাম সিং লাংথাছা আৰু গোস্বামী উপাধিৰ এজনৰ মৃত্যু।

আনহাতে DNLAৰ নিৰ্যাতনত আহত হৈছে কেইবাজনো।

ডিমা হাচাও জিলাৰ মাইবঙত সংঘটিত হৈছে এই ঘটনা।

ঘটনা সন্দৰ্ভত ৫জন DNLA কেডাৰক আটক কৰা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *