অসমঅসমীয়া

ট্ৰেভেলাৰৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষ

নিউজ ডেস্ক। ৰাজ্যজুৰি বৃদ্ধি পাইছে পথ দুৰ্ঘটনা।

কামৰূপ জিলাৰ হাজোৰ পতনিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত পাঁচগৰাকী লোক আহত হয় বুলি জানিব পৰা গৈছে।

গুৱাহাটী দিশৰ পৰা হাজাে অভিমুখে গৈ থকা এএছ২৫ডি চি৬৮৮১ ট্ৰেভেলাৰ বাহনখনৰ সৈতে বিপৰীত দিশ পৰা অহা এখন বাইকৰ সংঘৰ্ষ হয়।

সংঘৰ্ষৰ ফলত বাইক চালককে ধৰি ট্ৰেভেলাৰ বাহনত থকা কেইবাজনো লোক কম-বেচি পৰিমাণে আহত হৈছে।

উক্ত দুৰ্ঘটনাৰ ফলত ৰাজপথতে থকা বিদ্যুৎ পৰিবাহী খুঁটা এটাও দ্বিখণ্ডিত হয়।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Reply

Your email address will not be published. Required fields are marked *