তামিলনাডু চৰকাৰৰ বৃহৎ পদক্ষেপ।
প্ৰতি লিটাৰত ৩ টকাকৈ হ্ৰাস কৰিলে পেট্ৰ’লৰ দাম।
এম কে ষ্টেলিন নেতৃত্বৰ ডিএমকে চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে।
ইয়াৰ ফলত এটা বিত্তীয় বৰ্ষত চৰকাৰে ১,১৬০ কোটি ৰাজহ হেৰুৱাবলগীয়া হ’ব।
ৰাজ্যখনৰ বিত্তমন্ত্ৰী পালানিৱেল থিয়াগৰাজনে চৰকাৰৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰে।
তেওঁ কয়- ‘তামিলনাডুৰ ২.৬ কোটি লোকে দুচকীয়া বাহন ব্যৱহাৰ কৰে। এইসকলৰ সুবিধা হোৱাকৈ চৰকাৰে প্ৰতিলিটাৰ পেট্ৰ’লত ৩ টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
DMK-led Tamil Nadu government presented its maiden state budget, announcing reduction of ₹3 per litre in petrol prices and focusing on school education and climate crisis, even as the Opposition AIADMK staged a walkout
— Hindustan Times (@htTweets) August 14, 2021
(@bydivyac reports)https://t.co/u7GSrVChJi









