চন্দ্ৰপুৰবাসীৰ জয়! চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ডৰ সিদ্ধান্ত প্ৰত্যাহাৰ চৰকাৰৰ…

চন্দ্ৰপুৰবাসীৰ ঐক্যৱদ্ধ প্ৰতিবাদৰ জয়।

চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ডৰ সিদ্ধান্ত প্ৰত্যাহাৰ চৰকাৰৰ।

এই কথা সদৰি কৰিলে মন্ত্ৰী অশোক সিংহালে।

মন্ত্ৰীগৰাকীয়ে কয়- চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড নহয়, তাত অস্থায়ীভাৱেহে জাবৰ পেলোৱা হৈছিল।

গুৱাহাটীৰ বৰাগাঁৱতে হ’ব ডাম্পিং গ্ৰাউণ্ড।

পৰিৱেশ সুৰক্ষাৰ বাবে লোৱা হ’ব বিশেষ ব্যৱস্থা।

মন্ত্ৰীগৰাকীৰ এই বক্তব্যৰ পাছতে সন্তুষ্টি ব্যক্ত কৰিছে চন্দ্ৰপুৰবাসীয়ে।

Leave a Comment