অসম

ভয়ংকৰ দুৰ্ঘটনা! কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল বাহন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল বাহন।

বৰ্তমানেও উদ্ধাৰ হোৱা নাই ট্ৰাকসহ চালকক।

ঘটনাস্থলীত আৰক্ষী আৰু এচ ডি আৰ এফ উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

লুইতৰ বুকুত সন্ধান চলাইছে যদিও সন্ধান লাভ কৰা নাই।

ট্ৰাক বুলি প্ৰাথমিক অনুসন্ধানত জানিব পাৰিছে।

NDRF আৰু সেনা বাহিনীৰো সহায় বিচাৰিছে।

সোমবাৰে পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা।

Leave a Reply

Your email address will not be published. Required fields are marked *