শোকাৱহ ঘটনা! বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু…

এক শোকাৱহ ঘটনা।

জাগুনৰ কথাচেমাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু।

বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

উল্লেখ্য যে, কাষৰীয়া বনাঞ্চলৰ পৰা প্ৰায়ে খাদ্যৰ সন্ধানত ওলাই আহে বন্যহস্তীৰ জাক।

যাৰ ফলত বিভিন্ন সময়ত অঞ্চলটোত সংঘটিত হৈ আহিছে হাতী-মানুহৰ সংঘাত।

Leave a Comment