অসম

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিৰ পৰিচিত কণ্ঠ অৱন বৰপূজাৰী আৰু নাই…

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিৰ পৰিচিত কণ্ঠ অৱন বৰপূজাৰী আৰু নাই।

নিজৰ কণ্ঠৰ মাধুৰ্যৰে এসময়ত সকলোকে মোহাচ্চন্ন কৰি ৰাখিছিল বৰপূজাৰীয়ে।

বহুদিনৰ অসুস্থতাৰ অন্তত অৱশেষত ইহ সংসাৰ ত্যাগ কৰে বৰপূজাৰীয়ে।

এসময়ত আকাশবাণীৰ বাতৰি পৰিৱেশক এইগৰাকী অৱন বৰপূজাৰীৰ কণ্ঠস্বৰ সকলোৰে পৰিচিত আছিল।

জনপ্ৰিয় বাতৰি পৰিৱেশকগৰাকীৰ মৃত্যুত গভাৰ শোকৰ ছাঁ পৰিছে।

মৃত্যুৰ সময়ত অৱন বৰপূজাৰীয়ে পত্নিসহ আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *