শ্বেৰমান আলীৰ জামিন লাভ…

জামিন লাভ কৰিলে কাৰাৰুদ্ধ বিধায়ক শ্বেৰমান আলী।

মুখ্য মন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ গোচৰত বিধায়ক শ্বেৰমান আলীৰ জামিন লাভ।

আজি বিশেষ ন্যায়াধীশৰ আদালতে জামিন প্ৰদান কৰে শ্বেৰমান আলীক।

অৱশ্যে জামিন পালেও কাৰাগাৰতে থাকিব লাগিব বিধায়কগৰাকী।

গীতানগৰ থানাত ৰুজু হোৱা গোচৰত জামিন পোৱা নাই শ্বেৰমান আলীয়ে।

২ অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী।

উল্লেখ্য যে, শ্বহীদক লৈ অপমানসূচক মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে।

Leave a Comment