অসম

টেট পৰীক্ষাৰ্থী সকললৈ বিশেষ নিৰ্দেশাৱলী…

ৰাজ্যত ৩১ অক্টোবৰত অনুষ্ঠিত হ’ব নিম্ন আৰু মধ্য প্ৰাথমিক বিদ্যালয় সমূহৰ বাবে টেট পৰীক্ষা।

টেট পৰীক্ষাৰ্থী সকললৈ বিশেষ নিৰ্দেশনা।

টেট পৰীক্ষাৰ বাবে বিশেষ নিৰ্দেশনাৱলী জাৰি কৰিছে টেট পৰীক্ষাৰ ন’ডেল বিষয়াই।

পৰীক্ষা কেন্দ্ৰলৈ পৰীক্ষাৰ্থী সকলক মাৰ্জিত পোছাক পৰিধান কৰি যাবলৈ অনুৰোধ কৰা হৈছে।

ইয়াৰ উপৰিও নিৰ্দেশনাৱলীত পৰীক্ষাৰ্থী সকলক ৩০ মিনিটৰ পূৰ্বে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’বলৈ জনোৱা হৈছে।

লগতে পৰীক্ষা কেন্দ্ৰত ক’লা আৰু নীলা ব’ল পইণ্ট কলমহে ব্যাৱহাৰ কৰিবলৈ কোৱা হৈছে।

নিৰ্দেশনাৱলীত পৰীক্ষাৰ্থী সকলক মাস্ক পৰিধান কৰাটো ব্যধ্যতামূলক।

লগতে চাওকঃ

বাছক অভাৰটেক কৰিবলৈ গৈ বিপদত পৰিল স্কুটি আৰােহী দম্পতী, ঘটনাৰ দৃশ্য ভাইৰেল

Leave a Reply

Your email address will not be published. Required fields are marked *