ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে বেলেন’ বাহন, থিতাতে নিহত দুজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা৷

তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে বেলেন’ বাহন৷

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হৈছে দুজন যুৱক৷

দৰঙৰ ধুলাত নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো৷

দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে এখন বলেন’ বাহনক। যাৰ ফলত বলেন’খনত থকা দুজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়।

দুৰ্ঘটনাগ্ৰস্ত বলেন’ বাহনখনৰ নম্বৰ AS01DY3700।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ WB 35 1707।

দুৰ্ঘটনাৰ পিছতে পলায়ন কৰে ট্ৰাকখনৰ চালকে।

জানিব পৰা হোৱা নাই মৃত লোক দুজনৰ পৰিচয়।