অসমঅসমীয়া

আৰক্ষীৰ অভিযানত জব্দ চােৰাং গৰু কঢ়িওৱা বাহন, আটক দুই সৰবৰাহকাৰী

নিউজ ডেস্ক। কঠােৰ আইন বলৱৎ হােৱাৰ পাছতাে ৰাজ্যত অব্যাহত গো-ধনৰ চোৰাং সৰবৰাহ।

নগাঁও জিলাৰ চামগুৰিৰ আমবাগানত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ।

আৰক্ষীৰ অভিযানত দুই চোৰাং গৰু সৰবৰাহকাৰীক আটক।

আমবাগানৰ পৰা বৰঘুলি অভিমুখে গৰু লৈ যোৱা এখন বাহন জব্দ।

জব্দ বাহনখনৰ নম্বৰ হৈছে AS-02BC-7053।

আৰক্ষীয়ে আটক কৰা দুই চােৰাং গৰু সৰবৰাহকাৰীৰ নাম হ’ল- আব্দুল কায়ুম, ইজাজুল হক।

Leave a Reply

Your email address will not be published. Required fields are marked *