
২২ অক্টোবৰৰ পৰা ৪৮ ঘন্টাৰ বাবে বন্ধ থাকিব পেট্ৰ’ল পাম্প…
২২ অক্টোবৰৰ পৰা ৪৮ ঘন্টাৰ বাবে বন্ধ থাকিব পেট্ৰ’ল পাম্প।
২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ২৪ অক্টোবৰৰ পুৱা ৬ বজালৈ বন্ধ থাকিব সকলো পেট্ৰ’ল পাম্প৷
উঃ-পূব পেট্ৰলিয়াম ডিলাৰ এছচিয়েচনৰ এই ঘোষণা।
বন্ধ ৰাখিব গুৱাহাটী মহানগৰিত পেট্ৰ’ল পাম্পো।
২৪ অক্টোবৰলৈ বন্ধৰ আহ্বান সংগঠনটোৰ গুৱাহাটী শাখাৰ।

৪৮ ঘণ্টাৰ বাবে গুৱাহাটীত পেট্ৰ’ল পাম্প বন্ধৰ সিদ্ধান্ত।
পেট্ৰল কোম্পানী সমূহৰ মইমতালিৰ বাবে এই প্ৰতিবাদী সিদ্ধান্ত গ্ৰহণ কৰিছে ডিলাৰ্ছ এচ’ছিয়েশ্বনে।





