ভয়ংকৰ দুৰ্ঘটনা! যাত্ৰীবাহী নৈশ বাছত প্ৰচণ্ড খুন্দা ট্ৰাকৰ, এজনৰ মৃত্যু… February 26, 2023February 26, 2023 by NEWS DESKএক ভয়ংকৰ পথ দুৰ্ঘটনা।যাত্ৰীবাহী নৈশ বাছত প্ৰচণ্ড খুন্দা ট্ৰাকৰ, এজনৰ মৃত্যু।কলিয়াবৰৰ জখলাবন্ধাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।ইপিনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা পথাৰত পৰিল বাছখন।থিতাতে নিহত বাছখনৰ এজন যাত্ৰী।নিহত দেৰগাঁৱৰ ভকতগাঁৱৰ জিণ্টু বৰা।Related Posts:ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক…দুই কণমানি কন্যাক নৃশংসভাৱে হত্যা! পাষাণ মাতৃক…ছিংগাপুৰৰ ক'ৰনাৰ আদালতৰ চূড়ান্ত ৰায়দান; প্ৰাণৰ…মোদী-শ্বাহৰ মেগা নিৰ্বাচনী প্ৰচাৰ; অসমৰ বাবে বিজেপিৰ…আকাশত বিধ্বংসী অগ্নিকাণ্ড; প্ৰশিক্ষণৰ মাজতে কাৰ্বি…দেশ মাতৃৰ সেৱাৰ সুৱৰ্ণ সুযোগঃ অসমৰ যুৱকৰ বাবে…কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত এয়া কি আচৰণ ভূপেন বৰা,…মহানগৰীত মহিলা অভিযন্তাৰ নৃশংস কাণ্ড! বক্স পালেঙৰ…বিপদ বাঢ়িব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ! মুখ্যমন্ত্ৰীৰ…টিউচন শেষ কৰি বন্ধুৰ সৈতে ওলাই গৈছিল নিহা; নিশাৰ…