অসম ভয়ংকৰ দুৰ্ঘটনা! যাত্ৰীবাহী নৈশ বাছত প্ৰচণ্ড খুন্দা ট্ৰাকৰ, এজনৰ মৃত্যু… February 26, 2023 NEWS DESK এক ভয়ংকৰ পথ দুৰ্ঘটনা।যাত্ৰীবাহী নৈশ বাছত প্ৰচণ্ড খুন্দা ট্ৰাকৰ, এজনৰ মৃত্যু।কলিয়াবৰৰ জখলাবন্ধাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।ইপিনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা পথাৰত পৰিল বাছখন।থিতাতে নিহত বাছখনৰ এজন যাত্ৰী।নিহত দেৰগাঁৱৰ ভকতগাঁৱৰ জিণ্টু বৰা।Related storiesগুৱাহাটী কাণ্ডৰ প্ৰতিক্ৰিয়া শ্বিলঙত! মুকলি স্থানত প্ৰস্ৰাৱ কৰি মেঘালয়তো কাণত ধৰিবলগীয়া হ’ল অসমীয়াই October 7, 2026ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক সাৱটিলে নাচনী নিশামণিয়ে April 25, 2026দুই কণমানি কন্যাক নৃশংসভাৱে হত্যা! পাষাণ মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি কাছাৰৰ ফাষ্ট ট্ৰেক আদালতৰ April 24, 2026ছিংগাপুৰৰ ক'ৰনাৰ আদালতৰ চূড়ান্ত ৰায়দান; প্ৰাণৰ শিল্পীৰ মৃত্যুৰ কাৰণ... March 25, 2026মোদী-শ্বাহৰ মেগা নিৰ্বাচনী প্ৰচাৰ; অসমৰ বাবে বিজেপিৰ ঘোষণা ৪০ গৰাকী ষ্টাৰ কেম্পেইনাৰৰ তালিকা March 25, 2026আকাশত বিধ্বংসী অগ্নিকাণ্ড; প্ৰশিক্ষণৰ মাজতে কাৰ্বি আংলঙত খহি পৰিল বায়ুসেনাৰ বিমান, দুই পাইলটৰ মৃত্যু March 6, 2026